Red Hat Enterprise Linux 6 ক আত্মবিশ্বাসীভাৱে এটা ডেস্কটপ, এটা লক্ষ্য গুৰুত্বপূৰ্ণ অনুপ্ৰয়োগ প্লেটফৰ্ম অথবা উপযোগী হাৰ্ডৱেৰ ব্যৱহাৰ আৰু ব্যৱস্থাপনাৰ বাবে ভাৰছুৱেলাইজেষণৰ প্ৰভাৱ পেলোৱা এটা IT আন্তঃগাঁথনিৰ স্থাপনা হিচাপে। Red Hat Enterprise Linux 6 ৰ উন্নত আৰু বৃহত স্থাপনা মুক্ত উৎস সম্প্ৰদায়, উদ্যোগ অংশীদাৰ আৰু Red Hat ৰ সহযোগীতাৰ পৰা নিৰ্গত কৰা হৈছে। ইয়াৰ ফল হল Red Hat ত এটা ভৰষাবান প্লেটফৰ্ম আৰু এটা ভৰষাবান অংশীদাৰ যি এন্টাৰপ্ৰাইজৰ বৰ্তমান আৰু ভৱিষ্যত প্ৰয়োজনীয়তাৰ উপৰত অবিকল্পিতভাৱে মনোনিবেষিত।
Red Hat Enterprise Linux 6 হল বহুমুখী, স্থিতিস্থাপক আৰু ব্যৱস্থাপনা কৰিব পৰা। ইয়াক এটা চিস্টেমত প্ৰত্যক্ষভাৱে মোতায়েন কৰিব পাৰি, মূখ্য ভাৰছুৱেলাইজেষণ প্লেটফৰ্মত এজন অতিথি হিচাপে অথবা এটা ভাৰছুৱেলাইজেষণ হস্ট হিচাপে - Microsoft Windows ৰ সৈতে আন্তঃকাৰ্য্যকৰীতা অন্তৰ্ভুক্ত কৰাকৈ।
অধিক তথ্যৰ বাবে অনুগ্ৰহ কৰি Red Hat Enterprise Linux উৎপাদন পৃষ্ঠা চাওক।
উন্মোচনৰ বিষয়ে বৰ্তমান-তাৰিখলে-উন্নত তথ্য প্ৰদান কৰে।
প্ৰিমিয়াম সমল অভিগম কৰিবলে, জ্ঞান ভিত্তি সন্ধান কৰিবলে আৰু সমৰ্থন ক্ষেত্ৰসমূহ ব্যৱস্থাপনা কৰিবলে কেন্দ্ৰীয় অৱস্থান।
Red Hat Enterprise Linux আৰু অন্য Red Hat প্ৰদান কৰা সমূহৰ সৈতে প্ৰাসংগিক তথ্যচিত্ৰ প্ৰদান কৰে।
চিস্টেমসমূহ ভালদৰে ব্যৱস্থাপনা কৰিবলে ৱেব-ভিত্তিয় প্ৰশাসন আন্তঃপৃষ্ঠ।