উত্থাপন কৰা হৈছে Red Hat Enterprise Linux 7

Red Hat Enterprise Linux 7 এ এটা এন্টাৰপ্ৰাইজ অপাৰেটিং চিস্টেমৰ শেহতীয়া বৈশিষ্ট্যসমূহ দেখুৱায়

  • এন্টাৰপ্ৰাইজ স্ৰষ্টাসকলে নতুন ক্ষমতা যেনে লঘু এপ্লিকেচন পৃথকীকৰণ উপলব্ধি কৰিব।
  • এপ্লিকেচন উন্নয়নকাৰীসকলে এ এটা উন্নত উন্নয়ন পৰিৱেশ আৰু এপ্লিকেচন-আলেখ্যকৰণ সঁজুলিসমূহক আদৰিব। Red Hat উন্নয়নকাৰী ব্লগ ত অধিক পঢ়ক।
  • চিস্টেম প্ৰশাসকসকলে নতুন ব্যৱস্থাপনা সঁজুলি আৰু উন্নত পৰিৱেশন আৰু অতিক্ৰমণীয়তাৰ সৈতে প্ৰসাৰিত ফাইল-চিস্টেম বিকল্পসমূহ উপলব্ধি কৰিব।

ভৌতিক হাৰ্ডৱেৰ, ভাৰছুৱেল মেচিন, অথবা cloud য'তে মোতায়েন কৰা হয় তাতে Red Hat Enterprise Linux 7 এ পৰৱৰ্তী-প্ৰজন্মৰ স্থাপত্যৰ বাবে প্ৰয়োজনীয় উন্নত বৈশিষ্ট্য প্ৰদান কৰে।

ইয়াৰ পৰা ক'ত যাব:

  • Red Hat Enterprise Linux 7 উৎপাদন পৃষ্ঠা

    Red Hat Enterprise Linux 7 তথ্যৰ বাবে মূখ্য পৃষ্ঠা। আপোনাৰ Red Hat Enterprise Linux 7 চিস্টেমৰ পৰিকল্পনা, মোতায়েন, ব্যৱস্থাপনা, আৰু সমস্যামুক্তি কৰিবলৈ শিকক।

  • Red Hat গ্ৰাহক পোৰ্টেল

    প্ৰবন্ধ, ভিডিঅ', আৰু অন্য Red Hat সমল সন্ধান কৰাৰ, লগতে আপোনাৰ Red Hat সমৰ্থন কেইচবোৰ ব্যৱস্থাপনা কৰাৰ কেন্দ্ৰীয় অভিগম স্থান।